মৰাণত গণ সংক্ৰমন !
মৰাণত চাঞ্চল্যকৰ ঘটনা ৷ কোৱাৰেন্টিন চেন্টাৰত কৰ্তব্যৰত চাৰিজনকৈ চৰকাৰী কৰ্মচাৰী আক্ৰান্ত কৰ’নাত । আক্ৰান্ত তিনিগৰাকীৰ এগৰাকী শিক্ষক আৰু তিনিগৰাকী লাট মণ্ডল ৷ আটাইকেইজনেই কৰ্তব্যত নিয়োজিত হৈ আছিল কোৱাৰেন্টিন চেন্টাৰত ৷ আক্ৰান্ত লোককেইজন হৈছে মানস প্ৰতীম গগৈ ,শৈলেষ বাসাক , উত্তম হাজৰিকা আৰু জ্যোতি প্ৰকাশ গগৈ ৷ বহু লোকৰ সংস্পৰ্শলৈ আহিছিল আক্ৰান্ত লোককেইজন ৷ এতিয়া এই ঘটনাৰ পিছত মৰাণত গণ সংক্ৰমনৰ আশংকা কৰা হৈছে।