Local, Vocal, Global

বিশ্বত অব্যাহত কৰ’না সংহাৰ

  • বিশ্বত  কৰ’নাত আক্রান্তৰ সংখ্যা ৯৯,০৪,৯৬৩ লৈ বৃদ্ধি
  • বিশ্বজুৰি কৰ’নাত মৃত্যুৰ লোকৰ সংখ্যাও ৪ লাখ ৯৭ হাজাৰলৈ বৃদ্ধি
  •  আক্ৰান্তৰ ৫৭ লাখ লোক ইতিমধ্যে আৰোগ্য লাভ কৰিছে
  •  ভাৰতত আক্ৰান্তৰ সংখ্যা ৫লাখ ১৯ হাজাৰলৈ বৃদ্ধি
  • কৰ’নাত আক্ৰান্ত হৈ ভাৰতত এতিয়ালৈ মৃত্যু হৈছে ১৫,৭০০ লোকৰ
  • কৰ’নাত আক্ৰান্তৰ সংখ্যাৰ লেখেৰে বিশ্বত ভাৰতৰ স্থান ৪ৰ্থ