Local, Vocal, Global

গণ সংক্ৰমন দিশে মঙ্গলদৈ চহৰ

  • গণ সংক্ৰমন দিশে মঙ্গলদৈ চহৰ
  • মঙ্গলদৈ চহৰত ভ্ৰমণ বৃত্তান্ত নথকা ব্যক্তি আক্ৰান্ত কৰ’নাত
  • বিকাশ মিট্টল নামৰ ব্যৱসায়ী এজনৰ দেহত ধৰা পৰিল কভিড-১৯ পজিটিভ
  • কন্টেনমেণ্ট জ’ন হিচাপে ঘোষণা ব্যৱসায়ীজনৰ ব্যৱসায় প্ৰতিষ্ঠানৰ লগতে বাসগৃহ
  • ব্যৱসায় প্ৰতিষ্ঠানটিৰ কৰ্মচাৰী SWAB দিয়াৰ পাছতো চহৰখনত ঘূৰি ফুৰা বুলি ৰাইজৰ অভিযোগ
  •  দৰঙত বৰ্তমানলৈ আক্ৰান্ত ২০৬ গৰাকীকৈ ব্যক্তি