Local, Vocal, Global

৯ হাজাৰ হোৱা দিশে কৰ’না আক্ৰান্তৰ সংখ্যা

ক্ৰমাৎ জতিল পৰিস্থিৰ দিশে অসম

 

  •  ৰাজ্যত পুনৰ বৃদ্ধি কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা
  •  নতুনকৈ ৪০৮ গৰাকী কভিড-১৯ পজিটিভ
  •  বুধবাৰৰ দিনটোতে আক্ৰান্ত ৫৪৮ গৰাকী
  •  ২৪ ঘন্টা গুৱাহাটী মহানগৰীৰত আক্ৰান্ত ৩৭৮ গৰাকী
  •  বুধবাৰৰ দিনটোত আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা ১৮৪ গৰাকী

 

  •  ৰাজ্যত বৰ্তমানলৈ আক্ৰান্ত সংখ্যা ৮৯৫৫ গৰাকী
  • ৰাজ্যত সুস্থ হোৱা ৰোগীৰ সংখ্যা ৫৮৩১ গৰাকী
  •  সম্প্ৰতি ৰাজ্যত ৩১০৯ গৰাকী ৰোগী চিকিৎসাধীন
  • ৰাজ্যত মৃত্যু হোৱা ৰোগীৰ সংখ্যা ১২ গৰাকী
  • ৰাজ্যত বৰ্তমানলৈ ৪,১৯,৮৭৮ গৰাকী লোকৰ SWAB পৰীক্ষা সম্পন্ন হৈছে