Local, Vocal, Global

ৰাছিয়াক অতিক্ৰম কৰাৰ দিশে ভাৰত

আক্ৰান্তৰ সংখ্যাৰে ৰাছিয়াক চেৰ পেলোৱাৰ প্ৰতিযোগীতাত ভাৰত

  • ২৪ ঘন্টাত ১৮,৬৫৩ নতুন আক্ৰান্তৰে দেশত এই পৰ্যন্ত আক্ৰান্ত ৬ লক্ষাধিক।
  • ভাৰতত সৰ্বমুঠ ৬,০৪,৮০৮ গৰাকী আক্ৰান্ত,১৭,৮৮৪ গৰাকীৰ মৃত্যু।
  • এটা দিনত দেশত ৫০৭ গৰাকীৰ মৃত্যু।
  • ৮ দিন ধৰি ভাৰতত দৈনিক গড়ে ১৫ হাজাৰকৈ আক্ৰান্ত।
  • আমেৰিকা,ব্ৰাজিলৰ পিচতে আক্ৰান্তৰ সংখ্যাৰে তৃতীয় স্থানত ভাৰত
  • দুই এদিনতে ৰাছিয়াক অতিক্ৰম কৰাৰ দিশে ভাৰত।
  • বিশ্বত মুঠ আক্ৰান্ত ১,০৬,৯১,৮২৩ গৰাকী,মৃত্যু ৫১৬,৪০১ গৰাকীৰ।