Local, Vocal, Global

কিয় আত্মহত্যা কৰিলে জনপ্ৰিয় ‘টিক্-টক্ ষ্টাৰে’ ?

সমাজ প্ৰতিদিনে  বৃদ্ধি পাইছে আত্মহননৰ দৰে ঘটনা । মানসিক অশান্তি, হতাশা আদিয়ে হৈছে এনেবোৰ ঘটনাৰ মূল কাৰণ । শেহতীয়াকৈ দেশৰ এগৰাকী জনপ্ৰিয় ‘টিক্-টক্ ষ্টাৰ ‘ চিয়া কাক্কাৰে বাচি ল’লে আত্মহননৰ দৰে জীৱনৰ চৰম পথ । অতি কম সময়ত জনপ্ৰিয়তা অৰ্জন কৰা চিয়া কাক্কাৰে মাত্ৰ ১৬ বছৰ বয়সতে বাচি ল’লে আত্মহননৰ পথ ।  এতিয়ালৈ অজ্ঞাত চিয়াৰ আত্মহননৰ কাৰণ । কিন্তু চিয়াৰ ব্যক্তিগত মেনেজাৰে জানিব দিয়া মতে ব্যক্তিগত কাৰণত আত্মহত্যা কৰিছে চিয়া কাক্কাৰে ।

চিয়া কাক্কাৰৰ মৃত্যুত আচৰিত হৈ পৰিছে তেওঁৰ অসংখ্য অনুৰাগী ।