ৰাজহুৱা স্থানত নীতি উলংঘনকাৰীক আটক

- আনলক -4.0 অত কঠোৰ মহানগৰ আৰক্ষী
- মাস্ক পৰিধান নকৰা লোকৰ বিৰূদ্ধে কঠোৰ পদক্ষেপ
- সোমবাৰৰ দিনটোতে মাস্ক নিপিন্ধা লোকৰ পৰা সংগ্ৰহ ২,২২,০০০ টকা জৰিমনা
- ৰাজহুৱা স্থানত নীতি উলংঘনকাৰী দুজনক আটক।
- মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত দেৱৰাজ উপাধ্যায়ে জনালে এই কথা