Local, Vocal, Global

এখন বিবাহত ভৰিবলগীয়া হ’ল ৯.৫ লাখ টকাৰ জৰিমনা

ক’ৰ’ণা মহামাৰীয়ে সমগ্ৰ দেশবাসীৰ নিদ্ৰা হৰণ কৰিছে ।ক’ৰ’ণা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰ তথা ৰাজ্য চৰকাৰে কিছুমান নিয়ম বান্ধি দিছে । বিয়া আদিৰ ক্ষেত্ৰৰ নিয়ম অনুসৰি একাধিক মানুহৰ ভিৰ হ’ব নোৱাৰিব বিয়া ঘৰত ।

কিন্তু এই নিয়ম নমনাৰ বাবে জৰিমনা ভৰিবলগীয়া হ’ল এখন বিয়াত । জৰিমনাৰ পৰিমাণ সামান্য নাছিল সৰ্বমুঠ জৰিমনা ভৰিবলগীয়া হ’ল বিবাহৰ বাবে ৯.৫ লাখ টকা।
আচলতে চত্তিছগড়ৰ অম্বিকাপুৰ চহৰৰ এখন বিয়াত চৰকাৰে বান্ধি দিয়া নিয়ম উলংঘা কৰি ১ হাজাৰ মানুহক নিমন্ত্ৰণ        কৰাৰ বাবেই  জৰিমনা দিব লগা হ’ল  ৯.৫ লাখ টকা ।