Local, Vocal, Global

হেলমেট নাই যদি আপুনি এতিয়াৰে পৰা নাপাব পেট্ৰ’ল

হোজাই জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশণা ৷ হেলমেট নাই আপোনাৰ দুচকীয়া বাহণত পেট্ৰল নাই ৷ আপুনি আপোনাৰ দুচকীয়া বাহন খনত ইন্ধন ভৰাবলৈ যদি তেল ডিপোলৈ লৈ যায় তেনেহ’লে হেলমেট পৰিধান কৰিহে যাব। কিয়নো এতিয়া হেলমেট অবিহনে পেট্ৰল নিদিয়ে তেল ডিপোৰ কৰ্মচাৰীয়ে।