Local, Vocal, Global

মহানগৰীত ABCত ধন লুটৰ ঘটনাত গ্ৰেপ্তাৰ এজন

নিউজ ডেস্ক, ১৩ জুন : মহানগৰীৰ পুনৰ সংঘটিত হৈছে ধন লুটৰ ঘটনা। মহানগৰীৰ ABCত বাছ যাত্ৰীৰ পৰা লুটিলে ১ লাখ টকা।

আবু বক্কৰ নামৰ ব্যক্তিজন বাছত যাত্ৰা কৰোঁতে তেওঁৰ পৰা লুটি নিয়ে ধনখিনি।

সম্প্ৰতি ধন লুটৰ সন্দেহত আব্দুল ৰছিদ নামৰ এজন লোকক গ্রেপ্তাৰ কৰিছে।

উল্লেখযোগ্য যে, পূৰ্বতে মেজিক গাড়ী চলাইছিল আব্দুল ৰছিদে।