Website Design: dastechnologies.in
তিনিচুকীয়াৰ মাকুম বেতজান জংঘল লাইনত তৈল পাইপ ফুটি তেল নিৰ্গমন৷
তেল পাইপ ফুটাৰ ফলত তেলেৰে ভৰি পৰিছে নলা-নৰ্দমা সকলো।
বাৰেকুৰিৰ পৰা মাকুম অচিএছলৈ তৈল সৰবৰাহ হোৱা পাইপত এই ঘটনা।

জানিব পৰা মতে কোনো দুষ্কৃতিকাৰীয়ে তেল চুৰি কৰাৰ ফলত সংঘটিত এই ঘটনা।
আতংকময় পৰিৱেশে বিৰাজ কৰিছে অঞ্চলজুৰি।
সামান্য ফিৰিঙতি পৰিলেও সৃষ্টি হ’ব পাৰে ভয়ংকৰ অগ্নিকাণ্ড।
অইল ইণ্ডিয়াৰ এনে পাইপ লাইনসমূহৰ নিৰাপত্তা সু-নিশ্চিত কৰিবলৈ আহ্বান স্থানীয় ৰাইজৰ।