Local, Vocal, Global

পুনৰ মাজুলীত বন্ধ ফেৰী সেৱা

25
  • পুনৰ মাজুলীৰ নিমাতিঘাটত ফেৰী সেৱা বন্ধ ঘোষণা
  • ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবেই এই সিদ্ধান্ত মাজুলী জিলা প্ৰশাসনৰ
  • মাজুলী আৰু নিমাতিঘাটত বিপদ সীমাৰ ওপৰেৰে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ
  • ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ স্বাভাৱিক নোহোৱা পৰ্যন্ত বাহাল থাকিব এই ঘোষণা

Comments are closed, but trackbacks and pingbacks are open.