পুনৰ মাজুলীত বন্ধ ফেৰী সেৱা

- পুনৰ মাজুলীৰ নিমাতিঘাটত ফেৰী সেৱা বন্ধ ঘোষণা
- ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবেই এই সিদ্ধান্ত মাজুলী জিলা প্ৰশাসনৰ
- মাজুলী আৰু নিমাতিঘাটত বিপদ সীমাৰ ওপৰেৰে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ
- ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ স্বাভাৱিক নোহোৱা পৰ্যন্ত বাহাল থাকিব এই ঘোষণা