Local, Vocal, Global

৮ ৰাজ্যত ১৯ খন ৰাজ্যসভা আসনৰ আজি নিৰ্বাচন

  • আজি দেশৰ ৮ ৰাজ্যত ১৯খন ৰাজ্যসভা আসনৰ বাবে নিৰ্বাচন
  • গুজৰাট, অন্ধ্ৰপ্ৰদেশত ৪খনকৈ
  • ৰাজস্থান, মধ্যপ্ৰদেশত ৩খনকৈ
  • ঝাৰখণ্ডত ২খন আৰু মিজোৰাম,মণিপুৰ, মেঘালয়ত এখনকৈ আসনৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন