Local, Vocal, Global

মাজুলীৰ প্ৰথম গৰাকী ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু

মাজুলীৰ প্ৰথম গৰাকী ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু। মৃত ৰোগীগৰাকীৰ নাম বিষ্ণু প্ৰসাদ বিশ্বাস। নামনি মাজুলীৰ পহুমৰাৰ ৫৬ বছৰীয়া লোকজনৰ উশাহ-নিশাহ লোৱাত কষ্ট হোৱাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ ভৰ্তি কৰাইছিল গড়মুৰ মাজুলীৰ গড়মূৰ পীতাম্বৰ দেৱ অসামৰিক চিকিৎসালয়ত। মৃত্যুৰ পিছতহে ৰেপিড পৰীক্ষাত লোকজনৰ শৰীৰত ধৰা পৰে কভিড পজিটিভ ।