Local, Vocal, Global

আজিও একেই আছেনে ইতিহাস প্ৰসিদ্ধ শিৱসাগৰৰ ঐতিহ্য?

আজিও একেই আছেনে ইতিহাস প্ৰসিদ্ধ শিৱসাগৰৰ ঐতিহ্য ? শিৱসাগৰৰ বুকুত আজিও জীয়াই আছেনে সতী জয়মতীৰ সতীত্ব?

শিৱসাগৰ জিলা প্ৰশাসনৰ পৰা পোৱা তথ্য অনুসৰি প্ৰায় পোন্ধৰশ পঞ্জীয়নভুক্ত দেহোপজীৱিনী আৰু ৬ হাজাৰ বিনা পঞ্জীয়নভুক্ত দেহোপজীৱিনীৰে ভৰি আছে শিৱসাগৰ চহৰ। তাৰ ভিতৰত ২০০ৰ ওপৰত HIV positive।

ব্ৰহ্মপুত্ৰ হোটেলকে ধৰি আৰু কোন কোন হোটেলত এই ধৰণৰ কাৰ্যকলাপ চলে আৰক্ষী তথা জিলা প্ৰশাসন অৱগত নে? শিৱসাগৰৰ জীয়ৰী-বোৱাৰী আজি সুৰক্ষিত বুলি ফিতাহী মাৰিব পাৰিবনে শিৱসাগৰবাসীয়ে?

শিৱসাগৰৰ ঐতিহ্য বৰ্তাই ৰখাৰ বাবে WPSFAssam-এ এই বিষয়টো গুৰুত্ব সহকাৰে লোৱাৰ লগতে, বিশেষ গুৰুত্বপূৰ্ণ আলোচনাত ভাগ লয় WPSFAssamৰ যোদ্ধা কুন্তলা হাজৰিকা আৰু স্নিগ্ধা শইকীয়াৰ লগতে উপস্থিত আছিল কেইগৰাকীমান যুৱতী।