শীঘ্ৰে আৰম্ভ হ’ব যোৰহাট-মাজুলী সংযোগী দলঙৰ কাম

- শীঘ্ৰে আৰম্ভ হ’ব যোৰহাট-মাজুলী সংযোগী দলঙৰ কাম
- অক্টোৱৰ-নৱেম্বৰৰ পৰা আৰম্ভ হ’ব নিৰ্মান কাৰ্য
- ব্ৰহ্মপুত্ৰৰ ওপৰেৰে গঢ়ি উঠিব লগা দলংখনে সংযোগ কৰিব দক্ষিণপাট আৰু যোৰহাটৰ হাতীশাল
- অব্যাহত থাকিব নিমাতী-কমলাবাৰীৰ মাজৰ ফেৰী সেৱা
- ৬.৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ হ’ব প্ৰস্তাৱিত দলংখন
- দলং নিৰ্মাণ প্ৰকল্পত ব্যয় হ’ব ২,৪৪২ কোটি টকা