Local, Vocal, Global

ধ্বংসস্তুপত পৰিণত ৩ মহলীয়া অট্টালিকা, নিহত ১০ গৰাকী

  • মহাৰাষ্ট্ৰৰ থানেৰ ভিবন্দি চহৰত অঘটন
  • মুহূৰ্ততে ধ্বংসস্তুপত পৰিণত ৩ মহলীয়া অট্টালিকা
  • কেইবাটাও পৰিয়ালে শুই থকা অৱস্থাতে ভঙি পৰে অট্টালিকাটো
  • থিতাতে নিহত ১০ গৰাকী লোক,জীৱন্তে উদ্ধাৰ ২৫ গৰাকী লোকক
  • বৰ্তমানেও ধ্বংসস্তুপত আৱদ্ধ অতি কমেও ২০ৰ পৰা ২০ গৰাকী লোক
  • ২০ ছেপ্টেম্বৰৰ নিশা খহি পৰে  তিনিমহলীয়া অট্টালিকাটো
  • নিশা ৩ বাজি ২০ মিনিট সংঘটিত এই অঘটন
  • NDRF বাহিনীয়ে বৰ্তমানেও চলাই আছে অভিযান
  • ১৯৮৪ চনতে নিৰ্মাণ কৰা হৈছিল এই জিলানী নামৰ অট্টালিকাটো