ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহতা

- বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ১২২৭ গৰাকী
- দেওবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ১৭৯৫ গৰাকী ৰোগীয়ে
- মৃত্যু হয় ১৪ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
- ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৫৬ হাজাৰ ৬৮০ গৰাকী
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ২৮,৭৮০ গৰাকী
- বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ২৭ হাজাৰ ৩৩৫ ৰোগী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৫৬২গৰাকী লোকৰ