অৱশেষত ক্ষমা বিচাৰিলে মহাৰাষ্ট্ৰৰ বিধায়ক বাচ্চু কাডুৱে…

ডিজিটেল ডেস্ক:- অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিলে মহাৰাষ্ট্ৰৰ বিধায়ক বাচ্চু কাডুৱে।বিধানসভাত অপমানজনক মন্তব্য কৰিছিল বিধায়ক বাচ্চু কাডুৱে। অসমৰ লোকে কুকুৰৰ মাংস খাই বুলি মহাৰাষ্ট্ৰ বিধানসভাত মন্তব্য কৰিছিল বিধায়ক জনে।বাচ্চু কাডুৰ এই মন্তব্যৰ পিছতে অসমত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।বিধায়ক জনৰ এনে মন্তব্যৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিছিল।বাচ্চু কাডুৰ এই মন্তব্যৰ বাবে অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিছিল মুখ্যমন্ত্ৰী একনাথ সিন্দেই।লগতে এনে অপমানজনক মন্তব্য কৰাৰ বাবে বিধায়ক বাচ্চু কাডুৱে ক্ষমা বিচাৰিলে।