Local, Vocal, Global

গুৱাহাটীৰ ভাড়া ঘৰত প্ৰেম

হাত যোৰ কৰি ন্যায় বিচাৰি প্ৰাৰ্থনা ভুক্তভোগী মহিলাৰ।  ছদ্ম নাম লই,ছলাহী কথাৰে নিজকে হিন্দু পৰিচয় দি গুৱাহাটীৰ আজাৰা অঞ্চলৰ একেটা ভাড়াঘৰতে  থাকি প্রথমে বন্ধুত আৰু পাছলৈ প্ৰেমৰ জালত বন্দী কৰে ৰীতা হৰিজন নামৰ এগৰাকী হিন্দু বিবাহিতা মহিলাক আৰু পৰৱৰ্তী সময়ত বিবাহ পাশত আবদ্ধ হয় দুয়ো।

বাঘবৰ সমষ্টিৰ আলোপতি থানাৰ অন্তৰ্গত আলোপতি গাঁৱৰ দুই সন্তানৰ পুত্র জেহেৰুল ইছলামে ৰীতা হৰিজনক প্ৰেমৰ জালত পেলাই তিনিমাহ পূৰ্বে পলুৱাই ল’ই মুছলমান নাম নুৰজাহান দি বিয়া পাতে ।

অসহায় মহিলা গৰাকীক  বিয়াৰ পিছৰে পৰাই জেহেৰুল ইছলামে শাৰীৰিক,মানসিক নিযাৰ্তন চলোৱাৰ অভিযোগ উত্থাপন কৰে ভূক্তভোগী মহিলা গৰাকীয়ে

ভুক্তভোগী মহিলা গৰাকীয়ে যেতিয়া বিবাহ পাশত আবদ্ধ হোবাৰ পৰত মহিলা গৰাকীৰ ফালৰ সন্তান এটিৰ ভৰণ-পোষণৰ দ্বায়িত্ব লোৱাৰ কথাত মান্তি হৈ সম্প্ৰতি জেহিৰুলে হেনো তেনে কৰিবলৈ অমান্তি হয় |

ফলত বিমোৰত পৰি অসহায় মহিলা গৰাকীয়ে হাত যোৰ কৰি ন্যায় বিচাৰিলে চৰকাৰ তথা প্রশাসনৰ ওচৰত ।

ৰাজ্যত ইটোৰ পিছত সিটোকৈ লাভ জেহাদৰ ঘটনা সংঘটিত হৈ থকা আৰু এক জলন্ত উদাহৰণ ,

তেনেস্থলত প্ৰশাসনে মহিলাগৰাকীক ন্যায় দিবলৈ সক্ষম হবনে ? সেইটোহে ভাবিবলগীয়া।