Local, Vocal, Global

লংকাৰ কাকীত জঘন্য ঘটনা

  লংকাত ৯ বছৰীয়া নাবালিকাক ধৰ্ষণৰ ঘটনা।

লংকাৰ কাকী বেলতলা মিলনপুৰ গাঁওত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা। ৯ বছৰীয়া এটি কণমানিক ফুচুলাই নি অসৎ কাৰ্য কৰাৰ অভিযোগ একেখন গাঁৱৰে সুকুমাৰ মাৰাক নামৰ শিক্ষকজনৰ বিৰুদ্ধে। ঘটনা সন্দৰ্ভত নাবালিকাগৰাকীৰ পৰিয়ালৰ লোকে কাকী আৰক্ষী থানাত ৰুজু কৰিছে গোচৰ ।পৰিয়ালৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত শিক্ষকজনক ।উল্লেখ্যযে ডিমা হাচাও জিলাত কৰ্মৰত শিক্ষক সুকুমাৰ মাৰাকে আৰক্ষীৰ জেৰাত ধৰ্ষণ কাণ্ডৰ কথা স্বীকাৰ কৰে।