ৰাজ্যত পুনৰ জঘন্য ধৰ্ষণকাণ্ড

- ৰাজ্যত পুনৰ যৌন নিৰ্যাতনৰ ভয়ংকৰ ঘটনা
- লখিমপুৰৰ বান্দৰদেৱাৰ ২নং পাৰ্বতীপুৰত ২ ভগ্নীক যৌন নিৰ্যাতন গাড়ীৰ চালকৰ
- মেজিকেৰে ইটানগৰৰ পৰা নামচাইলৈ আহিছিল ২ ভগ্নী
- মাজবাটতে এগৰাকীক ধৰ্ষণ কৰি নমাই দিছিল গাড়ীৰ পৰা
- আনগৰাকী কিশোৰীক ডিক্ৰঙৰ পাৰলৈ নি চলাই ধৰ্ষণৰ অপচেষ্টা
- এজন যুৱকৰ তৎপৰতাত কথমপি ৰক্ষা পৰে কিশোৰীগৰাকী
- কিশোৰীগৰাকীক উদ্ধাৰ কৰে হাৰমতী আৰক্ষীয়ে
- অভিযুক্ত মেজিকৰ চালকজনৰ নাম গোবিন্দ শৰ্মাক
- সম্প্ৰতি হাৰমতী আৰক্ষীয়ে আটক আৰক্ষীৰ অভিযুক্ত গোবিন্দ শৰ্মাক