Local, Vocal, Global

মহানগৰীত পুনৰ হত্যাকাণ্ড

  • মালিগাঁৱৰ পাণ্ডুৰ লোককলনিত চাঞ্চল্যকৰ ঘটনা
  • এজন যুৱকক মৰিয়াই মৰিয়াই হত্যা দুৰ্বৃত্তৰ
  • মৃত যুৱকজনৰ মুখত স্পষ্ট আঘাতৰ চিন
  • মৃতদেহৰ ওচৰত পৰি আছে বাঁহৰ টুকুৰা
  • মৃত যুৱকজনৰ নাম বিকি সুত্ৰধৰ
  • অঞ্চলটোত দিনে-নিশাই চলে ড্ৰাগছৰ আদ্দা
  • ঘটনাস্থলীত উপস্থিত জালুকবাৰী আৰক্ষী