Local, Vocal, Global

লখিমপুৰত হোটেলৰ স্বত্বাধিকাৰীৰ প্ৰহাৰত মৃত্যু ৰিক্সাচালকৰ

  • লখিমপুৰ নগৰৰ মাজ মজিয়াত চাঞ্চল্যকৰ ঘটনা
  •  হোটেলৰ স্বত্বাধিকাৰীৰ প্ৰহাৰত আহত ই ৰিক্সা চালকৰ মৃত্যু চিকিৎসালয়ত
  •  মৃত ই ৰিক্সা চালকজন মিলন নগৰৰ ভদ্ৰ চেতিয়া
  •  ধন শইকীয়া নামৰ ব্যক্তি জনৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ ভদ্ৰ চেতিয়াৰ পৰিয়ালৰ
  •  সামগ্ৰী অনাৰ সময়ত সামান্য কথাত ভদ্ৰ চেতিয়াক ধন শইকীয়াই আক্ৰমণ কৰাৰ অভিযোগ