সান্ধ্য আইনত চোৰৰ চকু নামঘৰত

সান্ধ্য আইনৰ মাজতে লখিমপুৰ চহৰত চোৰে চাফাই অভিযান। চোৰে লুট-পাত চলালে নামঘৰত। শনিবাৰে নিশা কমলাবাৰী পথৰ কুলিমালী নামঘৰত প্ৰৱেশ দুধৰ্ষ চোৰৰ দলতো। নিশাই চোৰৰ দলটোয়ে সোণ -ৰূপৰ লগতে দান পাত্ৰৰ তলা ভাঙি দান পাত্ৰত থকা টকাও লুটি লৈ যায়। চোৰ দলটোয়ে ভাগৱত সহ থাপনাও দলিয়াই থৈ যায়। উল্লেখযোগ্য যে শুক্ৰবাৰে নিশাও নামঘৰৰ সমীপৰে ৬ খনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠানত সংঘটিত হৈছিল চুৰি কাণ্ড ।