Local, Vocal, Global

মাদক দ্ৰব্যৰ কৱলত তেজপুৰৰ যুৱ প্ৰজন্ম

মদ,ভাং, ড্ৰাগছে চানি ধৰিছে তেজপুৰৰ একাংশ নৱপ্ৰজন্মক। মহামাৰীৰ কৰ’নাৰ গণ সংক্ৰমনৰ মাজতে সামাজিক দূৰত্বক ভেঙুচালি কৰি তেজপুৰৰ অলিয়ে গলিয়ে বহিছে মদ,ভাং, ড্ৰাগছৰ আড্ডা।ৰাজ্যৰ অন্যতম পৰ্যটনস্থলী তেজপুৰৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধি ক্ষেত্ৰৰ ৰাজপথতো বাদ পৰা নাই একাংশ মাতাল যুৱকৰ কৱলৰ পৰাই। হাতত ভাঙৰ চিলিমলৈ কেমেৰাৰ সন্মুখত যুৱকৰ নিলৰ্জ স্বীকাৰোক্তি।ইমানৰ পিছতো কুম্ভকৰ্ণ নিন্দাত তেজপুৰ আৰক্ষী।