Local, Vocal, Global

লখিমপুৰ জিলাত প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ

কৰ’না , বানপানীৰ মাজতে আন এক প্ৰাকৃতিক দুৰ্যোগে জোকাৰি গ’ল লখিমপুৰ জিলাত। বৃহস্পতিবাৰে নিশা প্ৰচণ্ড ধুমুহাই জোকাৰি গ’ল লখিমপুৰ জিলাৰ বহু কেইখন গাওঁ।তেলাহী মৌজাৰ দোলপতা,মাগুৰমাৰী গাৱত বিস্তৰ ক্ষতি হয় এই ধুমুহাৰ ফলত ।বহু পৰিয়ালৰ ঘৰ উৰুৱাই নিয়ে ধুমুহাই।পথৰ দাঁতিত উভালি পৰে প্ৰকাণ্ড প্ৰকাণ্ড গছ।