Local, Vocal, Global

শুকুৰবাৰৰ দিনটোত ৫ গৰাকী কৰ’না আক্ৰান্তৰ মৃত্যু

  • শুকুৰবাৰৰ দিনটোত এই পৰ্যন্ত ৫ গৰাকী কৰ’না আক্ৰান্তৰ মৃত্যু।
  • GMCH-ত  মৃত্যু হয় ৪ গৰাকীৰ ।
  • ৰাখাল দেৱ,ৰমেশ কায়স্থ,সুখময় ভৌমিক আৰু আৰ্হী বৰুৱা শইকীয়াৰ মৃত্যু হয়  GMCH-ত ।
  • IIT ৰ ক’ভিড কেয়াৰতো এগৰাকী ৰোগীৰ অক্সিজেন কমি যোৱাত আকস্মিক মৃত্যু।
  • ৰাজ্যত কৰ’নাৰ  লক্ষণ প্ৰকাশ নোহোৱা প্ৰথমজন ৰোগীৰ মৃত্যু।
  • আই আই টি গুৱাহাটীৰ ক’ভিড কেয়াৰত মৃত লক্ষণ নোহোৱা ৰোগীজন ৫৩ বছৰীয়া হৰেশ্বৰ নাথ।
  • ৰাজ্যত কৰ’নাত মৃত্যু হোৱা লোকৰ সংখ্যা ৩২ লৈ বৃদ্ধি।