ক’ৰনা আতংকৰ মাজতে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ

কাৰাবন্দী অখিল গগৈৰ মুক্তিৰ দাবীত ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ । এইবাৰ প্ৰতিবাদ লখিমপুৰৰ নাওবৈছাত । কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত ক’ৰনা মহামাৰীৰ মাজতে প্ৰতিবাদী সমদল উলিয়ালে নাওবৈছা মিন ব্যৱসায়ী । ব্যৱসায়ীৰ দাবী অপৰাধী নহয় অখিল গগৈ, ভূৱা গোচৰ তৰি আৱদ্ধ কৰা হৈছে অখিল গগৈক । অখিল গগৈক মুক্তি নিদিলে জংগী আন্দোলনৰ হুংকাৰ মিন ব্যৱসায়ী সকলৰ।