পাঠশালা ত দুগৰাকী কৰোনা ৰোগীক বৰপেটা চিকিৎসালয়লৈ প্ৰেৰণ ।
তিনি বছৰীয়া সন্তান সহ স্বামী স্ত্ৰী ক বৰপেটা চিকিৎসালয়লৈ প্ৰেৰণ ।
বৰপেটা কোষাগাৰত কৰ্মৰত আছিল মহিলা গৰাকী ।
পাঠশালা উত্তৰ পত্তি ত মহিলা গৰাকী ভাড়াত থকা অঞ্চলৰ পৰিয়াল কেইটাক হোম কোৱাৰেনটাইন ।
বহু পৰিয়ালৰ সংস্পৰ্শলৈ আহিছিল পৰিয়াল টো ।