Local, Vocal, Global

লখিমপুৰত আৰক্ষীৰ জালত ড্ৰাগছৰ ব্যৱসায়ী

  • লকডাউনৰ সময়ত লখিমপুৰ জিলাত চলিছে নিষিদ্ধ ড্ৰাগছৰ বেহা
  • অসম-অৰুণাচলৰ সীমান্তৰ বান্দৰদেৱাত নিচাযুক্ত সামগ্ৰীৰ ব্যৱসায়
  • শনিবাৰে নিশা বান্দৰদেৱাৰ পাৰ্বতীপুৰৰ পৰা নিচাযুক্ত টেবলেট আৰু নগদ ৭৬ হাজাৰ টকা উদ্ধাৰ
  • আৰক্ষীৰ আভিযানত গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী হিৰণ্য পেগু
  • বিহপুৰীয়া আৰু হাৰমতী আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ পেগু
  • শুকুৰবাৰে নিশাও একে স্থানৰ পৰা ১০ গ্ৰাম হেৰইন সহ গ্ৰেপ্তাৰ হৈছিল সৰবৰাহকাৰী ৰাকেশ পেগুক
  • বিশেষকৈ লখিমপুৰৰ সীমান্তৰ বান্দৰদেৱা, অৰুণাচললৈ ৰপ্তানি কৰা হয় মাৰাত্মক ড্ৰাগছ
  • দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে সোধা-পোচা অব্যাহত ৰাখিছে আৰক্ষীয়ে