শোণিতপুৰত প্ৰতিদিনে বৃদ্ধি কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা

- শোণিতপুৰত পুনৰ বৃদ্ধি কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা
- বহি:ৰাজ্যৰ পৰা আহি আনুষ্ঠানিক কোৱাৰেনটিনত থকা ৬গৰাকীৰ দেহত কৰ’না পজিটিভ
- বৰ্তমানলৈ শোণিতপুৰত কৰ’না পজিটিভৰ সংখ্যা ৪০৬ গৰাকীলৈ বৃদ্ধি পালে
- তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন ১৬গৰাকী
- তেজপুৰ কভিড হাস্পতালত চিকিৎসাধীন ২২গৰাকী আৰু
- সামৰিক চিকিৎসালয়ত ৮৮গৰাকী কৰ’নাত আক্ৰান্ত চিকিৎসাধীন হৈ আছে
- বৰ্তমান জিলাখনত ১৩টা কন্টেইনমেন জ’ন সক্ৰিয় হৈ আছে