Website Design: dastechnologies.in
লখিমপুৰৰ বিহপুৰীয়াত পুনৰ উদ্ধাৰ চুৰি হোৱা বাইক। নম্বৰপ্লেটবিহীন য়ামাহা এফ জেড আৰু এখন আপাচি উদ্ধাৰ কৰে আৰক্ষীয়ে। পানীগাওঁ আৰু গহপুৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে বাইক দুখন ৷ এমাহৰ ভিতৰতে সৰ্বমুঠ ১১খনকৈ চুৰি মটৰচাইকেল উদ্ধাৰ কৰিছে বিহপুৰীয়া আৰক্ষীয়ে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ১৪ বাইক চোৰক। আৰক্ষীৰ মন্তব্য চুৰি কৰা বাইকসমূহ বিক্ৰী কৰে ভিতৰুৱা অঞ্চলত ।