Local, Vocal, Global

কৰ’নাৰ ঔষধ ওলাল, পিছে দাম বহুত

কৰ’নাৰ প্ৰথমটো ঔষধত কেন্দ্ৰৰ অনুমোদন ।
গ্লেনমাৰ্ক ফাৰ্মাচীটিউকেলৰ ফেবিফ্লু ঔষধে পালে অনুমোদন।

শনিবাৰৰ পৰাই দেশৰ বজাৰত উপলব্ধ হৈছে এই টেবলেট ।

অহা সপ্তাহৰ পৰা সমগ্ৰ দেশতে সহজলভ্য হ’ব এই ফেবিপিৰাভিৰ টেবলেট।
প্ৰতিটো টেবলেটৰ দাম ১০৩ টকা।
এটা ক’ৰ্চত ১২২ টা টেবলেট খাব লাগিব, যাৰ বাবে মুঠ ব্যয় হ’ব ১২,৫৬৬ টকা।