Local, Vocal, Global

লখিমপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ৩ যুৱক

31

# লখিমপুৰৰ বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা।

# দুখন বাইকৰ মুখামুখি সংঘৰ্ষত নিহত ৩ যুৱক।

# তীব্ৰবেগী পালছাৰ আৰু KTMৰ মাজত সংঘৰ্ষ।

# নিহত ধলপুৰৰ ৰাহুল গগৈ, লখিমপুৰৰ পূৱ চানমাৰিৰ দিলদাৰ আলী আৰু ৰফিকুল ইছলাম।

# ইয়াৰে ৰাহুল গগৈ অৰুণাচল আৰক্ষীত কৰ্মৰত আছিল।

#দুৰ্ঘটনাগ্ৰস্ত পালচাৰ বাইকখনৰ নং AS07N-3800 আৰু KTMখনৰ নং AS07O-0869

Comments are closed, but trackbacks and pingbacks are open.