লখিমপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ৩ যুৱক

# লখিমপুৰৰ বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা।
# দুখন বাইকৰ মুখামুখি সংঘৰ্ষত নিহত ৩ যুৱক।
# তীব্ৰবেগী পালছাৰ আৰু KTMৰ মাজত সংঘৰ্ষ।
# নিহত ধলপুৰৰ ৰাহুল গগৈ, লখিমপুৰৰ পূৱ চানমাৰিৰ দিলদাৰ আলী আৰু ৰফিকুল ইছলাম।
# ইয়াৰে ৰাহুল গগৈ অৰুণাচল আৰক্ষীত কৰ্মৰত আছিল।
#দুৰ্ঘটনাগ্ৰস্ত পালচাৰ বাইকখনৰ নং AS07N-3800 আৰু KTMখনৰ নং AS07O-0869