Local, Vocal, Global

গান্ধীবস্তিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল

  • গান্ধীবস্তিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল
  •  আইনী সাহায্য মুঠ টকা ২২ লাখ ২৫ হেজাৰ ১৪১ টকা ৰাইজে প্ৰদান কৰিছে
  • গুৱাহাটী হাতীগাওঁ অঞ্চলৰ পৰা ১ লাখ ৪০০ ১২ টকা সাহায্য প্ৰদান
  •  এই সপ্তাহৰ পৰা আৰম্ভ হ’ব আইনী যুঁজ
  • “সকলো আঞ্চলিক দল ঐকবদ্ধ হ’ব লাগিব, এইয়া জাতীয় কৰ্তব্য”
  •  ২৬৩ দিন অখিল গগৈ কাৰাবন্দী হৈ আছে
  • অসমৰ প্ৰতিটো পৰিয়ালৰ কাষলৈ প্ৰচাৰ পত্ৰ লৈ অখিল গগৈক ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে বুলি প্ৰচাৰ অভিযান চলাব কৃষক মুক্তিয়ে
  •  যদিহে মুক্তি নিদিয়ে, ২১ চনৰ বিধানসভাৰ নিৰ্বাচনত অখিল গগৈ মুক্তি প্ৰধান দাবী হ’ব
  •  “কৃষক মুক্তিৰ কোনো সদস্য বিজেপিত যোগদান নকৰে
  •  এইয়া বিজেপিৰ অপপ্ৰচাৰ বুলি আখ্যা বিজেপিৰ
  • আঞ্চলিক সলসমূহ ঐক্যবদ্ধ হওঁক চাৰিটা নীতিৰ ভিত্তিত
    ১) আঞ্চলিকতাবাদত বিশ্বাস।
    ২) সকলোধৰণৰ সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধিতা।
    ৩) ফেডাৰেলিজিম বা যুক্তৰাষ্ট্ৰবাদত বিশ্বাস।
    ৪) থলুৱাৰ নেতৃত্বত সকলোকে সামৰি লোৱা।