Local, Vocal, Global

মঙলদৈৰ আউলাচৌকাত সংঘটিত বাছ দুৰ্ঘটনা

  • মঙলদৈৰ আউলাচৌকাত বাছ দুৰ্ঘটনা
  •  দুৰ্ঘটনাত আহত হয় কম বেছি পৰিমাণে বহুকেইগৰাকী যাত্ৰী
  •  ৰাইজে উদ্ধাৰ কৰে প্ৰায় ৪০ গৰাকী যাত্ৰীক
  •  তীব্ৰবেগী বাহনৰ যানজঁটৰ বাবে সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনা
  • ৰৌতাৰ পৰা গুৱাহাটীমুখী AS 13 C 5091 নম্বৰৰ বাছখন মঙলদৈৰ আউলাচৌকাত নিয়ন্ত্ৰণ হেৰুৱাই দ’-খাৱৈত সোমাই পৰে
  •  আঘাতপ্ৰাপ্তসকলক চিকিৎসালয়লৈ প্ৰেৰণ