Local, Vocal, Global

নিগেটিভ! পুনৰ আশাৰ সঞ্চাৰ

IPLৰ পূৰ্বেই চেন্নাই ছুপাৰ কিংছৰ ১২ গৰাকীকৈ কৰ্মীসহ ২ গৰাকী খেলুৱৈ আক্ৰান্ত হৈছিল কৰ’নাত। কিন্তু চেন্নাই পৰিয়ালৰ আটাইকেইগৰাকী লোকৰ শেহতীয়াকৈ SWAB টেষ্টৰ ফলাফল নিগেটিভ আহিছে। নিগেটিভ অহা আটাইকেইজনৰে ৩ ছেপ্টেম্বৰত পুনৰ স্বাৱ টেষ্ট কৰা হ’ব বুলি কৰ্তৃপক্ষই জনাই।