মহানগৰীৰ সমীপৱৰ্তী ক্ষেত্ৰীত শোকাৱহ পথ দুৰ্ঘটনা

- ক্ষেত্ৰীৰ নলগেদেৰাত শোকাৱহ পথ দুৰ্ঘটনা
- শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত দুজন
- নগাঁৱৰ পৰাই গুৱাহাটী অভিমুখে আহিছিল দুৰ্ঘটনাতগ্ৰস্থ এল্ট’ বাহনখন
- এল্ট’খনে ডিভাইদাৰত খুন্দিয়াই বাগৰিল পথৰ দাঁতিৰ নলাত
- বৰ্তমানেও নিহত দুয়োজনৰ উদ্ধাৰ হোৱা নাই পৰিচয়
- এল্ট’খনৰ দুই আহত আৰোহীক ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ