যোৰহাটত উদ্ধাৰ মাৰণাস্ত্ৰ, আটক এজনক

- যোৰহাটৰ ন-আলি পুৱেৰোন পথৰ উদ্ধাৰ মাৰণাস্ত্ৰ
- এটা ভাড়াঘৰৰ পৰা উদ্ধাৰ মাৰণাস্ত্ৰখিনি
- যোৰহাট আৰক্ষীয়ে উদ্ধাৰ কৰিছে .২২ আৰু .৯ mmৰ দুটা পিষ্টল
- ভাড়াঘৰটোত থকা ৰূপক দত্ত নামৰ যুৱকজনৰ পৰাই উদ্ধাৰ মাৰণাস্ত্ৰ
- ইতিমধ্যে আৰক্ষীয়ে যোৰহাট ককিলামুখৰ পৰা আটক কৰিছে যুৱকজনক