Assamese
English
Friday, April 23, 2021
  • About
  • Advertise
  • Privacy & Policy
  • Contact
MyNewsNE
  • Home
  • Guwahati
  • Assam
  • North East
  • India
  • World
  • Education
  • Entertainment
  • Sports
  • Lifestyle
No Result
View All Result
  • Home
  • Guwahati
  • Assam
  • North East
  • India
  • World
  • Education
  • Entertainment
  • Sports
  • Lifestyle
No Result
View All Result
MyNewsNE
No Result
View All Result
Home Assam

অসমৰ বানাক্ৰান্তক সহায়ৰ আহ্বান কেভিন পিটাৰছনৰ

MyNews Bureau by MyNews Bureau
July 21, 2020
in Assam, Big Story, Environment
0
অসমৰ বানাক্ৰান্তক সহায়ৰ আহ্বান কেভিন পিটাৰছনৰ
0
SHARES
5
VIEWS

RelatedPosts

মানৱতা জীয়াই ৰখাৰ যুঁজত যেন নামিছে যোৰহাটৰ এদল লোক

COVID পৰীক্ষাক লৈ ব্যাপক বেমেজালি ৰাজ্যৰ স্বাস্থ্য বিভাগত

কৰ’ণাৰ ভয়াৱহতাৰ মাজতেই ডিগবৈৰ বিভিন্ন বিদ্যালয় কিম্বা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

ভয়ংকৰ বানত ককবকাইছে ৰাজ্য৷ অসমৰ ২৮খন জিলাই বৰ্তমান বানৰ কৱলত৷ বর্তমানলৈ  বানত মৃত্যু হৈছে ৮৫জনকৈ লোকৰ৷ বানত ককবকাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো৷ এনে সময়তে টুইটাৰযোগে অসমৰ বানৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছে প্ৰাক্তন ব্ৰিটিছ ক্ৰিকেটাৰ কেভিন পিটাৰছনে ৷

কেভিন পিটাৰছনে কয় যে মাৰ্ছ মাহত মই অসমলৈ যোৱাৰ সময়ত লগ পোৱা আটাইতকৈ সুন্দৰ লোকসকলৰ প্ৰতি মই সহমৰ্মিতা প্ৰকাশ কৰিছো৷ য’ত ভয়ানক বানে অনেকৰ মৃত্যু ঘটাইছে৷ অনুগ্ৰহ কৰি তেওঁলোকক সুৰক্ষা দিয়ক৷ যোৱা মাৰ্চ মাহত অসমলৈ আহিছিল কেভিন পিটাৰছন৷ কেইবা নিশাও তেওঁ কটাইছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত৷

অসম ভ্ৰমণচোৱাত কেভিন পিটাৰছনে ভ্ৰমণ কৰিছিল কাজিৰঙাৰ লগতে ৰাজ্য বিভিন্ন অঞ্চল।

Previous Post

কৰ’নাৰ সংহাৰৰ মাজতে অক্সফ’ৰ্ডৰ শুভ সংবাদ

Next Post

কলিয়াবৰত দলং নিৰ্মাণত ব্যাপক দুৰ্নীতি

MyNews Bureau

MyNews Bureau

Related Posts

Assam

মানৱতা জীয়াই ৰখাৰ যুঁজত যেন নামিছে যোৰহাটৰ এদল লোক

April 23, 2021
Assam

COVID পৰীক্ষাক লৈ ব্যাপক বেমেজালি ৰাজ্যৰ স্বাস্থ্য বিভাগত

April 22, 2021
Assam

কৰ’ণাৰ ভয়াৱহতাৰ মাজতেই ডিগবৈৰ বিভিন্ন বিদ্যালয় কিম্বা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

April 22, 2021
Assam

যাদু সম্ৰাট বিক্ৰমৰ বাকচত বন্দী হ’ল ২০২১ বৰ্ষৰ বিধান সভা নিৰ্বাচনৰ ফলাফল

April 22, 2021
Assam

সকলোকে কন্দুৱাই নৱগ্ৰহ শ্মশানত শেষ বিদায় অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভিটালী দাসৰ

April 22, 2021
Assam

সম্প্ৰতি অসমৰ সংস্কৃতিৰ পৰা বিলুপ্তিৰ পথত তাহানিৰ কড়ি খেল

April 22, 2021
Next Post
কলিয়াবৰত দলং নিৰ্মাণত ব্যাপক দুৰ্নীতি

কলিয়াবৰত দলং নিৰ্মাণত ব্যাপক দুৰ্নীতি

অসহায় সুধীৰ কুমাৰ গৌতম

অসহায় সুধীৰ কুমাৰ গৌতম

Stay Connected

  • 320.4k Fans
  • 117 Followers
  • Trending
  • Comments
  • Latest
হুইল চেয়াৰত কপিল শৰ্মা , অনুৰাগীক অশ্লীল ভাষাৰে পাৰিলে গালি

হুইল চেয়াৰত কপিল শৰ্মা , অনুৰাগীক অশ্লীল ভাষাৰে পাৰিলে গালি

February 23, 2021
কিহৰ বাবে আত্মহনন ১২ বছৰীয়া কিশোৰৰ

কিহৰ বাবে আত্মহনন ১২ বছৰীয়া কিশোৰৰ

October 25, 2020
কোন ৫ চেলিব্ৰেটীয়ে অস্বীকাৰ কৰিলে কপিল শর্মা শ্ব’ত অংশ ল’বলৈ?

কোন ৫ চেলিব্ৰেটীয়ে অস্বীকাৰ কৰিলে কপিল শর্মা শ্ব’ত অংশ ল’বলৈ?

November 15, 2020
ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে এক বিশেষ খবৰ

ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে এক বিশেষ খবৰ

October 16, 2020

মানৱতা জীয়াই ৰখাৰ যুঁজত যেন নামিছে যোৰহাটৰ এদল লোক

0

অসমৰ বাবে অধিক ৰেল বিচাৰি কেন্দ্ৰীয় ৰেল মন্ত্ৰীলৈ ৰিপুন বৰাৰ পত্ৰ

0

কৰ’না, ভাৰতৰ গতি উৰ্দ্ধমুখী

0

সুভাষ দাস কমিটিৰ প্ৰতিবেদন দাখিল

0

মানৱতা জীয়াই ৰখাৰ যুঁজত যেন নামিছে যোৰহাটৰ এদল লোক

April 23, 2021

COVID পৰীক্ষাক লৈ ব্যাপক বেমেজালি ৰাজ্যৰ স্বাস্থ্য বিভাগত

April 22, 2021

কৰ’ণাৰ ভয়াৱহতাৰ মাজতেই ডিগবৈৰ বিভিন্ন বিদ্যালয় কিম্বা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

April 22, 2021

যাদু সম্ৰাট বিক্ৰমৰ বাকচত বন্দী হ’ল ২০২১ বৰ্ষৰ বিধান সভা নিৰ্বাচনৰ ফলাফল

April 22, 2021

Recent News

About Us

MyNewsNE

You're visiting the official website of MyNews NE. A digital media organization from North Eastern Part of India. Stay updated with us with our website and social media pages. Thanks.

Like Us on Facebook

Our Twiiter Handle

Tweets by MyNewsNE

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 My News NE. All Rights Reserved.

No Result
View All Result
  • Home
  • Guwahati
  • Assam
  • North East
    • Arunachal
    • Manipur
    • Meghalaya
    • Mizoram
    • Nagaland
    • Tripura
    • Sikkim
  • India
  • World
  • Education
  • Sports
  • Entertainment
    • Movie
    • Music
  • Business
  • Lifestyle
    • Fashion
    • Food
    • Health
    • Travel
  • Politics
  • Science
  • English Edition

© 2021 My News NE. All Rights Reserved.