কেৰেলাত আকৌ লকডাউন
কেৰেলাত আকৌ লকডাউন । কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই ভিজয়ানৰ ঘোষণা
কোৰোণাৰ আতংক দিনক দিনে বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী পিনাৰাই ভিজয়ানৰ ঘোষণা অহা ৮ মে ৰাতিপুৱা ৬ বজাৰ পৰা ১৬মে লৈকে সম্পূৰ্ণ ভাৱে লকাডাউন থাকিব । লকাডাউন চলি থকাৰ সময়ত সকলো জৰুৰী সুবিধাৰ ব্যৱস্থা কৰা হব ।