Local, Vocal, Global

আহিনমহীয়া বানত প্লাৱিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

আহিনমহীয়া বানত কক-বকাইছে কাজিৰঙা। বছৰটোৰ চতুৰ্থ বান প্লাৱিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ৰাষ্ট্ৰীয় উদ্যানখনৰ বহু অংশ সম্প্ৰতি বানৰ কৱলত। বানৰ পৰা ওখ ঠাই বিছাৰি পানীত সাতুৰি-নাদুৰি দক্ষিণ দিশৰ কাৰ্বি পাহাৰলৈ ঢাপলি মেলিছে। জাক-জাক হাতীয়ে ঢাপলি মেলিছে কাৰ্বি পাহাৰলৈ। বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে ২৪ ঘন্টাই নিয়োজিত হৈ আছে বন বিভাগৰ লগতে গঁড় সুৰক্ষাকৰ্মী।