Local, Vocal, Global

আজি চিকিৎসক দেবেন দত্ত হত্যাকাণ্ডৰ ৰায়দান

  •  ৰাজ্য কঁপোৱা চিকিৎসক দেবেন দত্তৰ হত্যাকাণ্ডৰ আজি ৰায় দিব আদালতে
  • টীয়কৰ চাহ বাগিছাত চাহ শ্ৰমিকে নৃশংসভাৱে হত্যা কৰিছিল চিকিৎসক দেবেন দত্তক
  • কৰ্মৰত অৱস্থাতে শ্ৰমিকে আক্ৰমণ কৰিছিল চিকিৎসকগৰাকীক
  • বিনা চিকিৎসকৰে মৃত্যুক সাৱতিছিল চিকিৎসকগৰাকীয়ে
  • ঘটনাৰ লগত জড়িত ৩২ জন অভিযুক্তক উপস্থিত থকাৰ নিৰ্দেশ
  • ২০১৯ চনৰ ৩১ আগষ্টত সংঘতিত হৈছিল এই ঘটনা
  • ঘটনা সংঘতিত ১৩ মাহৰ পিছত ৰায় দান দিব আদালতে