ৰাজ্যত ক্ৰমাত্ হ্ৰাস পাইছে কৰ’নাৰ সংক্ৰমণ

- বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ৩৫৯২ গৰাকী
- মঙলবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ১৭০২ গৰাকী ৰোগীয়ে
- মৃত্যু হয় ১৩ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
- ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৭৭ হাজাৰ ২২১ গৰাকী
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৩২,৫৩৯গৰাকী
- বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ৪৩ হাজাৰ ৯৯৯ ৰোগী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৬৮০ গৰাকী লোকৰ
- মঙলবাৰে ৰাজ্য স্বাস্থ্য বিভাগে সম্পন্ন কৰে ১ লাখ ৩৪ হাজাৰ ৫৭০গৰাকী লোকৰ স্বোৱাব পৰীক্ষা
- মঙলবাৰে আক্ৰান্তৰ হাৰ ২.৬৭শতাংশ