কাজিৰঙাৰ বান দুৰ্গত ৰাইজলৈ বান সাহায্য Kaziranga Wildlife Society ৰ

◆ কাজিৰঙাৰ বান দুৰ্গত ৰাইজলৈ বান সাহায্য কাজিৰঙা wildlife Society ৰ
◆ সাহায্য হিচাপে এটা water filter, Torch light, ফেনাইল এবটল, চাবোন, musk, sanitizer বিতৰণ
◆ মুঠ ১০০ টা পৰিয়ালক সাহায্য বিতৰণ কাজিৰঙা Wildlife Society ৰ
◆ মৌপাৰা, ২ নং কহৰা, ১ নং শিলডুবি আদি গাওঁৰ ক্ষতিগ্ৰস্ত লোকক সাহায্য বিতৰণ
◆ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন শিবিৰৰ বাবেও সাহায্য বিতৰণ সংগঠনটোৰ
◆ কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰৰ অংশগ্ৰহণ সাহায্য বিতৰণ কাৰ্যসূচীত