Local, Vocal, Global

ভয়ংকৰ বানৰ বাবে আলাই-আথানি কাজিৰঙাৰ জীৱকূলৰ

কাজিৰঙাত বানৰ ভয়ংকৰ ৰূপ। বানে মানুহৰ লগতে ত্ৰাসৰ সৃষ্টি কৰিছে জীৱকূলৰো। ভাবুকি আহি পৰিছে কাজিৰঙাৰ বন্য জীৱকূললৈ। চলিত বৰ্ষত বানত  ৯ টাকৈ গড়ৰ লগতে মৃত্যু হৈছে ১০০ৰো অধিক জীৱকূলৰ। ৰাষ্ট্ৰীয় উদ্যানখনৰ ৪৩০ বৰ্গ কিলোমিটাৰ বৰ্তমানেও বানৰ কৱলত। পানী কমিছে যদিও বৰ্তমানেও ওখস্থানত আশ্ৰয় লৈ আছে জীৱকূলে। কিছু-কিছু উভটিচে কাৰ্বি পাহাৰলৈ। ভয়ংকৰ বানৰ বাবে আলাই-আথানি হৈছে জীৱকূলৰ।