Local, Vocal, Global

ভয়ংকৰ পথ দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰিল শান্তিপুৰ বৰপথাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ

  • বোকাজানৰ বৰনেৰীয়াত পথ দুৰ্ঘটনা
  • আহত কাৰ্বি আংলং জিলাৰ শান্তিপুৰ বৰপথাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া এলবাৰ্ট এল ৰিংএছতে আৰু তেওঁৰ দেহৰক্ষী গোলাপ বৰা
  •  শান্তিপুৰৰ পৰা বোকাজানলৈ ৩৯নং ৰাষ্ট্ৰীয় ঘাই পথেৰে গৈ থকা অৱস্থাত বৰনেৰীয়া দলঙৰ ওচৰত দুৰ্ঘটনাত পতিত হয়
  • গাড়ীৰ সন্মূখলৈ অহা গৰু এটাক বচাবলৈ গৈ দুৰ্ঘটনাত পতিত হয় বাহনখন
  • নিজৰ ব্যক্তিগত বাহনখনৰ সৈতে দুয়ো বৰনেৰীয়া জানটোত পৰে
  • অৱশ্যে স্থানীয় ৰাইজে ব্যক্তিগত দেহৰক্ষীৰ সৈতে ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক জানটোৰ পৰা উদ্ধাৰ কৰে
  • সৌভাগ্যক্ৰমে দুয়োজনেই গুৰুতৰ আঘাতৰ পৰা ৰক্ষা পৰে