Local, Vocal, Global

কলিয়াবৰত বনৰীয়া হাতীৰ কৰুণ মৃত্য

  • কলিয়াবৰত উদ্ধাৰ এটি বনৰীয়া হাতীৰ মৃতদেহ
  • শালবাৰী বনাঞ্চলৰ আমগুৰিত উদ্ধাৰ হৈছে এই বনৰীয়া হাতীটো
  • খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি মৃত্যু মুখত পৰে হাতীটো
  • মানুহৰ বাৰীৰ কঠাল খাবলৈ আহি বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক আকোঁৱালি লয় হাতীটোৱে
  • বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষা অন্তত সৎকাৰ হাতীটো