Local, Vocal, Global

এইবাৰ সত্ৰ ন্যয়াধীশ আদালত চৌহদত কৰ’নাতংক 

  • কামৰূপ সত্ৰ ন্যয়াধীশ আদালত চৌহদত কৰ’নাতংক
  • ২নং জিলা সত্ৰ ন্যায়াধীশৰ পেছকৰ এন.ৰাওৰ কভিড১৯ পজিটিভ পোৱাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি
  • আনহাতে মুঞ্চিফ আদালতত যোৱা সপ্তাহত সাক্ষী দিয়া এগৰাকী গোচৰীয়াৰ ওলাইছে কভিড১৯ পজিটিভ
  • দিছপুৰ থানাৰ এক গোচৰত তেওঁ ৪দিন আগতে সাক্ষী দিব আহিছিল
  • এনে ঘটনাৰ পিছত সত্ৰ আদালত চৌহদৰ বিভিন্ন আদালতৰ কৰ্মচাৰী চিন্তিত হৈছে
  • অৱশ্যে প্ৰশাসনে আদালত চৌহদ সমুহত চেনিটাইজেশ্বনৰ সুব্যৱস্থা কৰিছে
  • আদালত চৌহদত অনাহকত প্ৰৱেশ কৰিব দিয়া নাই কোনো লোকক